Rameshwari School class 7 Maths Solutions| Maths Exercise 2A


 ৰামেশ্বৰী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী: 2A


Class 7 Maths Solution — অনুশীলনী: 2A (অনুপাত আৰু সমানুপাত)

প্ৰশ্ন 1: অনুপাত উলিওৱাঁ।
[i] 36 আৰু 42
অনুপাত = 36 : 42 = (36 ÷ 6) : (42 ÷ 6) 
= 6 : 7

[ii] 4.8 আৰু 8.6
অনুপাত = 4.8 : 8.6 = 48 : 86 
= 24 : 43

[iii] 50 গ্রাম আৰু 1.5 কিগ্রা
1.5 কিগ্ৰা = 1.5 × 1000 গ্ৰাম = 1500 গ্ৰাম
অনুপাত = 50 : 1500 = 5 : 150 
= 1 : 30

[iv] 2 ঘণ্টা 4 মিনিট আৰু 48 মিনিট
2 ঘণ্টা 4 মিনিট = (2 × 60) + 4 = 124 মিনিট
অনুপাত = 124 : 48 = (124 ÷ 4) : (48 ÷ 4) 
= 31 : 12

[v] 100 ঘণ্টা আৰু 250 ঘণ্টা
অনুপাত = 100 : 250 = 10 : 25 
= 2 : 5

[vi] 64 বছৰ আৰু 256 বছৰ
অনুপাত = 64 : 256 = (64 ÷ 64) : (256 ÷ 64) 
= 1 : 4

[vii] 125 লিটাৰ আৰু 500 লিটাৰ
অনুপাত = 125 : 500 = (125 ÷ 125) : (500 ÷ 125) 
= 1 : 4

[viii] 800 টকা আৰু 1500 টকা
অনুপাত = 800 : 1500 
= 8 : 15

[ix] 20 কিগ্ৰা আৰু 500 কিগ্রা
অনুপাত = 20 : 500 = 2 : 50 
= 1 : 25

[x] 45 ছেমি আৰু 135 ছেমি
অনুপাত = 45 : 135 = (45 ÷ 45) : (135 ÷ 45) 
= 1 : 3

প্ৰশ্ন 2: অনুপাত হিচাপে লিখা আৰু তাক ভগ্নাংশৰ মানত প্ৰকাশ কৰি সৰল অনুপাতলৈ নিয়া।
[i] 4.6 আৰু 26
অনুপাত = 4.6 : 26 = 4.626 = 46260 = 23130 
= 23 : 130

[ii] 2 কিমি আৰু 200 মি.
ইয়াত, 2 কিমি = 2000 মিটাৰ
অনুপাত = 2000 : 200 = 2000200 = 101 
= 10 : 1

[iii] 100 গ্রাম আৰু 1 কিগ্রা
ইয়াত, 1 কিগ্ৰা = 1000 গ্ৰাম
অনুপাত = 100 : 1000 = 1001000 = 110
= 1 : 10

[iv] 20 মিনিট আৰু 1 ঘণ্টা
ইয়াত, 1 ঘণ্টা = 60 মিনিট
অনুপাত = 20 : 60 = 2060 = 13 
= 1 : 3

[v] 150 দিন আৰু 200 দিন
অনুপাত = 150 : 200 = 150200 = 34 
= 3 : 4

[vi] 24 বছৰ আৰু 96 বছৰ
অনুপাত = 24 : 96 = 2496 = 14 
= 1 : 4

[vii] 64 টকা আৰু 40 টকা
অনুপাত = 64 : 40 = 6440 = 85
= 8 : 5

[viii] 121 কিগ্ৰা আৰু 99 কিগ্রা
অনুপাত = 121 : 99 = 12199 = 119 
= 11 : 9

[ix] 500 গ্রাম আৰু 3 কিগ্রা
3 কিগ্ৰা = 3000 গ্ৰাম
অনুপাত = 500 : 3000 = 5003000 = 16 
= 1 : 6

[x] 120 ছেমি আৰু 3 মিটাৰ
3 মিটাৰ = 300 ছেমি
অনুপাত = 120 : 300 = 120300 = 25 
= 2 : 5

প্ৰশ্ন 3: এটা শ্ৰেণী কোঠাৰ দীঘ 78 ফুট আৰু প্রস্থ 30 ফুট। ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কি? আকৌ ইয়াৰ প্ৰস্থ আৰু দীঘৰ অনুপাত কি?
• দীঘ : প্ৰস্থ = 78 : 30 = (78 ÷ 6) : (30 ÷ 6) = 13 : 5
• প্ৰস্থ : দীঘ = 30 : 78 = (30 ÷ 6) : (78 ÷ 6) = 5 : 13

প্ৰশ্ন 4: কোনটো অনুপাত ডাঙৰ আৰু কোনটো সৰু?
[i] 1:6, 1:3, 2:9, 5:6
ভগ্নাংশবোৰ: 1/6, 1/3, 2/9, 5/6
হৰসমূহৰ (6, 3, 9, 6) ল.সা.গু = 18
হৰ একে কৰিলে পোৱা যায়: 3/18, 6/18, 4/18, 15/18
• ডাঙৰ অনুপাত = 5 : 6
• সৰু অনুপাত = 1 : 6

[ii] 1:5, 2:15, 3:5, 3:15
ভগ্নাংশবোৰ: 15, 215, 35, 315
Har (5, 15, 5, 15) ল.সা.গু = 15
সমহৰ কৰিলে পোৱা যায়: 315, 215, 915, 315
• ডাঙৰ অনুপাত = 3 : 5
• সৰু অনুপাত = 2 : 15

প্ৰশ্ন 5: খালী ঠাই পূৰণ কৰা / মান উলিওৱা।
[i] যদি 2 : 5 = 6 : 15 তেন্তে 2 × 15 = ....
উত্তৰ: 2 × 15 = 5 × 6 = 30

[ii] যদি 7 : 6 = 14 : x তেন্তে x-ৰ মান কিমান?
76 = 14x 
⇒ 7x = 14 × 6 
⇒ x = 847 = 12

[iii] যদি x : 15 = 5 : 35 তেন্তে x-ৰ মান কিমান?
x15 = 535 
x15 = 17 
⇒ 7x = 15 
⇒ x = 157

প্ৰশ্ন 6: 2:7-ৰ সমতুল্য অনুপাত 4টা লিখা।
উত্তৰ: 4:14, 6:21, 8:28, 10:35

প্ৰশ্ন 7: মিশ্র অনুপাত উলিওৱা- 1:7, 3:4, 2:3
মিশ্র অনুপাত = (1 × 3 × 2) : (7 × 4 × 3) = 6 : 84 
= 1 : 14

প্ৰশ্ন 8: দুটা ৰাশিৰ অনুপাত 2: 3। যদি প্রথমটো 250 মিটাৰ। বাকীটো কিমান?
ধৰা হ’ল বাকী থকা ৰাশিটো = x
23 = 250x 
⇒ 2x = 250 × 3 
⇒ 2x = 750 
⇒ x = 375 মিটাৰ

প্ৰশ্ন 9: দুটা সংখ্যাৰ বিয়োগফল 100 সংখ্যা দুটাৰ অনুপাত 4: 5 সংখ্যা দুটা কি কি?
ধৰা হ’ল সংখ্যা দুটা 4x আৰু 5x
প্ৰশ্নমতে, 5x - 4x = 100 
⇒ x = 100
• প্ৰথম সংখ্যা = 4 × 100 = 400
• দ্বিতীয় সংখ্যা = 5 × 100 = 500

প্ৰশ্ন 10: যদি x:y=2:3 y:z=5:9 তেন্তে- x: y: z উলিওৱা।
x : y = 2 : 3 = (2 × 5) : (3 × 5) = 10 : 15
y : z = 5 : 9 = (5 × 3) : (9 × 3) = 15 : 27
এতেকে, x : y : z = 10 : 15 : 27

প্ৰশ্ন 11: এখন মানচিত্রত 1 ছেমি দূৰত্ব দেখুৱালে প্রকৃত দূৰত্ব হয় 15 কিমি। যদি দুখন ঠাইৰ প্রকৃত দূৰত্ব 500 কি.মি তেন্তে মানচিত্রত সিহঁতৰ দূৰত্ব কিমান হ'ব?
মানচিত্ৰত দূৰত্ব = 50015 = 1003
= 3313 ছেমি (বা 33.33 ছেমি)

প্ৰশ্ন 12: এজন চিত্ৰকাৰে এটা ভাস্কর্য মূর্তি 20:1 অনুপাত স্কেলত সৰুকৈ আঁকিছে। যদি মূৰ্তিটোৰ ছবিৰ দীঘ 25 ছে.মি. আৰু প্রস্থ 15 ছে.মি.; তেন্তে, ইয়াৰ প্ৰকৃত দীঘ আৰু প্ৰস্থ কিমান?
• প্ৰকৃত দীঘ = 25 × 20 = 500 ছেমি = 5 মিটাৰ
• প্ৰকৃত প্ৰস্থ = 15 × 20 = 300 ছেমি = 3 মিটাৰ

প্ৰশ্ন 13: এটা বিদ্যুৎ কেন্দ্ৰৰ আৰ্হিখনৰ নক্সাটোক 4 ছে.মি, 800 মি স্কেলত লোৱা হৈছে। যদি এখন নদীৰ বান্ধৰ প্ৰকৃত দূৰত্ব 1600 মিটাৰ তেন্তে নক্সাত ইয়াৰ দূৰত্ব নিৰ্ণয় কৰা।
নক্সাত দূৰত্ব = 4800 × 1600 = 4 × 2 = 8 ছেমি

প্ৰশ্ন 14: এখন ফুটবল পথাৰৰ দীঘ আৰু প্ৰস্থৰ অনুপাত 6: 5 যদি প্রস্থ 25 মিটাৰ হয়, তেন্তে ইয়াৰ দীঘ কিমান?
ধৰা হ’ল দীঘ = x
65 = x25 
⇒ 5x = 6 × 25 
⇒ 5x = 150 
⇒ x = 30 মিটাৰ

প্ৰশ্ন 15: এটা মূৰ্তিৰ ওজন 140 কিল'গ্রাম আৰু ই তাম আৰু এলুমিনিয়াম ধাতুৰে নিৰ্মিত। যদি ধাতু দুটা ক্রমে 5 : 9 অনুপাতত আছে, তেন্তে ধাতু দুবিধ কি কি পৰিমাণত আছে?
অনুপাতৰ যোগফল = 5 + 9 = 14
• তামৰ পৰিমাণ = 140 × 514 = 50 কিল'গ্ৰাম
• এলুমিনিয়ামৰ পৰিমাণ = 140 × 914 = 90 কিল'গ্ৰাম

প্ৰশ্ন 16: এটা বৃত্তৰ পৰিধি: ব্যাস = 22 : 7। যদি বৃত্তৰ ব্যাস 12 ছেমি 6 মিমি, তেন্তে পৰিধি কিমান?
বৃত্তৰ ব্যাস = 12 ছেমি 6 মিমি = 12.6 ছেমি
পৰিধিব্যাস = 227 
পৰিধি12.6 = 227
⇒ পৰিধি = 227 × 12.6 = 22 × 1.8 = 39.6 ছেমি

প্ৰশ্ন 17: 7:13 অনুপাতৰ প্ৰতিটো পদৰ লগত কি যোগ কৰিলে অনুপাতটো 2: 3 হ'ব?
ধৰা হ’ল যোগ কৰিবলগীয়া সংখ্যাটো = x
7 + x13 + x = 23
⇒ 3(7 + x) = 2(13 + x)
⇒ 21 + 3x = 26 + 2x
⇒ 3x - 2x = 26 - 21 ⇒ x = 5

প্ৰশ্ন 18: দুটা সংখ্যাৰ অনুপাত 2: 7। সিহঁতৰ যোগফল 810 হ'লে সংখ্যা দুটা কি কি?
ধৰা হ’ল সংখ্যা দুটা 2x আৰু 7x
2x + 7x = 810 
⇒ 9x = 810 
⇒ x = 90
• প্ৰথম সংখ্যা = 2 × 90 = 180
• দ্বিতীয় সংখ্যা = 7 × 90 = 630

প্ৰশ্ন 19: 351 টকাক 2:7 অনুপাতত ভাগ কৰা।
অনুপাতৰ যোগফল = 2 + 7 = 9
• প্ৰথম ভাগ = 351 × 29 = 78 টকা
• দ্বিতীয় ভাগ = 351 × 79 = 273 টকা

প্ৰশ্ন 20: অজয়, বিজয় আৰু সঞ্জয়ৰ মাজত 4000 টকা 2: 3: 5 অনুপাতত ভাগ কৰা।
অনুপাতৰ যোগফল = 2 + 3 + 5 = 10
• অজয়ৰ ভাগ = 4000 × 210 = 800 টকা
• বিজয়ৰ ভাগ = 4000 × 310 = 1200 টকা
• সঞ্জয়ৰ ভাগ = 4000 × 510 = 2000 টকা

Class 7 (সপ্তম শ্ৰেণী)

Subject (বিষয়) Action
1. English Click Here
2. Maths Click Here
3. Assamese Click Here
4. Science Click Here
5. Social Science Click Here
6. Hindi Click Here

No comments:

Post a Comment

Please do not enter any spam link in the comment box.