Assamese grammar| অসমীয়া ব্যাকৰণ৷ SEBA| AHSEC| All assamese grammar.


 Assamese grammar| অসমীয়া ব্যাকৰণ৷ Class10 অসমীয়া ব্যাকৰণ।

Assamese grammar| অসমীয়া ব্যাকৰণ৷ SEBA| AHSEC| All assamese grammar
          কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু যথাসম্ভৱ বিতং বিশ্লেষণেই সেই ভাষাৰ ব্যাকৰণ। প্ৰকাৰান্তৰে কবলৈ গ'লে ভাষাৰ গঠনৰ শৃংখলাবদ্ধ আলোচনাকে ব্যাকৰণ বোলা হয়। (গোলোকচন্দ্ৰ গোস্বামী)
       আমি এই পৃষ্ঠাত ষষ্ঠ/সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ব্যাকৰণ সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াত বিস্তৃত ভাৱে আলোচনা কৰাৰ পৰিৱৰ্তে পৰীক্ষাত আহিব পৰা সাম্ভাব্য প্ৰশ্নোত্তৰসমূহ দিয়া হৈছে, যাতে সহজেই মনত ৰাখি পৰীক্ষাত লিখিব পাৰে।
এইসমূহ পাবৰ বাবে তলৰ লিংকসমূহত ক্লিক্ কৰাঃ


*************************************


No comments:

Post a Comment

Please do not enter any spam link in the comment box.