Assamese grammar| অসমীয়া ব্যাকৰণ৷ Class10 অসমীয়া ব্যাকৰণ।
কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু যথাসম্ভৱ বিতং বিশ্লেষণেই সেই ভাষাৰ ব্যাকৰণ। প্ৰকাৰান্তৰে কবলৈ গ'লে ভাষাৰ গঠনৰ শৃংখলাবদ্ধ আলোচনাকে ব্যাকৰণ বোলা হয়। (গোলোকচন্দ্ৰ গোস্বামী)
আমি এই পৃষ্ঠাত ষষ্ঠ/সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ব্যাকৰণ সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াত বিস্তৃত ভাৱে আলোচনা কৰাৰ পৰিৱৰ্তে পৰীক্ষাত আহিব পৰা সাম্ভাব্য প্ৰশ্নোত্তৰসমূহ দিয়া হৈছে, যাতে সহজেই মনত ৰাখি পৰীক্ষাত লিখিব পাৰে।
এইসমূহ পাবৰ বাবে তলৰ লিংকসমূহত ক্লিক্ কৰাঃ
- ভাষা আৰু বৰ্ণ
- পদ
- লিংগ আৰু বচন
- বিভক্তি
- প্ৰত্যয়
- কাৰক
- সন্ধি
- বিপৰীত শব্দ
- সমাৰ্থক শব্দ
- বাক্য পৰিৱৰ্তন
- সমাস
- অনুৰূপ আৰু অনুকাৰ শব্দ
- অসমীয়া যুক্তাক্ষৰ
- যতি চিহ্ন বা বিৰাম চিহ্ন
- এটা শব্দত প্ৰকাশ কৰা
- ণ্বতবিধি আৰু ষত্ববিধি
- বাক্যৰচনা(খণ্ডবাক্য আৰু জতুৱা ঠাঁচ)
- উপসৰ্গ
- অনুসৰ্গ
- ছন্দ
- অলংকাৰ
- ভুল বাক্যৰ শুধৰণি
- প্ৰাচীন শব্দৰ আধুনিক ৰূপ
- আবেদন বা দৰ্খাস্ত লিখন
- ভাৱ সম্প্ৰসাৰণ
- ধ্বনি বিজ্ঞান
- অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ
- অসমীয়া ভাষাৰ উপভাষা
*************************************
No comments:
Post a Comment
Please do not enter any spam link in the comment box.