Assamese grammae| বিপৰীত অৰ্থ বুজোৱা শব্দ| বিপৰীতাৰ্থক শব্দ।
শব্দ বিপৰীত শব্দ
অনুগ্ৰহ- নিগ্ৰহ
অনুৰাগ- বিৰাগ
আৱাহন- বিসৰ্জন
আকৰ্ষণ- বিকৰ্ষণ
আস্তিক- নাস্তিক
অতিবৃষ্টি- অনাবৃষ্টি
আপোন- পৰ
অধম- উত্তম
আচামী- ফৰিয়াদী
অমৃত- গৰল
আপদ- নিৰাপদ (সম্পদ)
অসুস্থ- সুস্থ
ইষ্ট- অনিষ্ট
অসভ্য- সভ্য
আশা- নিৰাশা
অগভীৰ- গভীৰ
আদৰ- অনাদৰ
অভাৱ- উভৈনদী
আৰম্ভ- শেষ
আদান- প্ৰদান
ইহলোক- পৰলোক
ইহকাল- পৰকাল
পৰিমিত- অপৰিমিত
উচিত- অনুচিত
পাৰ্থক্য- সাদৃশ্য
উৰ্বৰ- অনুৰ্বৰ
প্ৰকৃত- অপ্ৰকৃত
উৎকৃষ্ট- নিকৃষ্ট (অপকৃষ্ট)
প্ৰচুৰ- অপ্ৰচুৰ
উপস্থিত- অনুপস্থিত
দোষ- গুণ
বিধৱা- সধবা
প্ৰাচীন- আধুনিক
সুগম- দুৰ্গম
গহীন- চঞ্চল
ইচ্ছা- অনিচ্ছা
দীৰ্ঘ- হ্ৰস্ব
সাক্ষৰ- নিৰক্ষৰ
জটিল- সৰল
নিলগ- ওচৰ
বিখ্যাত- কুখ্যাত
বৰ্তমান- অবৰ্তমান
উদাৰ- সংকীৰ্ণ
আয়- ব্যয়
গৰিষ্ঠ- লঘিষ্ঠ
কৃষ্ণ- শুক্ল
প্ৰাচ্য- পাশ্চাত্য
উন্নতি- অৱনতি (অধোন্নতি)
উদয়- অস্ত
ঐক্য- অনৈক্য, পাৰ্থক্য
উপযুক্ত- অনুপযুক্ত
উত্তৰ- নিৰুত্তৰ
ঝপৰত- তলত
কৃপণ- খৰচী, ধোঁৱাখুলীয়া
দাতা- গ্ৰহীতা
ককাইদেউ- বাইদেউ
কুটিল- সৰল, উদাৰ
কৃত্ৰিম- অকৃত্ৰিম
খাদ্য- অখাদ্য
খোৱা- নোখোৱা
গ্ৰহণ- বৰ্জন
গোপন- প্ৰকাশ
চেতন- অচেতন, জড়
তিৰস্কাৰ- পুৰস্কাৰ
দ্ৰুত- মন্থৰ
দেৱতা/সুৰ- অসুৰ, দৈত্য, দানৱ
নিৰ্মল- মলিন
নিদ্ৰা- জাগ্ৰত
নিষ্ঠুৰ- দয়ালু, মৰমিয়াল
নিন্দা- প্ৰশংসা, স্তুতি
জ্ঞাত- অজ্ঞাত
সপক্ষ- বিপক্ষ
স্থাৱৰ- অস্থাৱৰ
সুগম- দুৰ্গম
সুবিধা- অসুবিধা
বন্ধন- মুক্তি
বিৰহ- মিলন
বিখ্যাত- অখ্যাত
সুখ্যাত- কুখ্যাত
বিফলতা- সফলতা
বিনয়- গৰ্ব
বৈধ- অবৈধ
বিৰাম- অবিৰাম
ভক্তি- অভক্তি
ভাই- ভনী
ভূত- ভৱিষ্যত
ভোটা- চোকা, জোঙা
মিহি- খহটা
মূখ্য- গোণ
যোগ- বিয়োগ
শকত- খীণ, চেৰেলা
শান্ত- অশান্ত
সম্পদ- বিপদ
সন্ধি- বিসন্ধি, বিগ্ৰহ
সহযোগ- অসহযোগ
সধৱা- বিধৱা
সজীৱ- নিৰ্জীৱ
ভাল- বেয়া
আদি- অনাদি, অন্ত
আচাৰ- অনাচাৰ
লাভ- লোকচান
তপত- চেঁচা, ঠাণ্ডা
সুন্দৰ- কুৎসিত, আপুচ
হৰণ- পূৰণ
উন্মুক্ত- অৱৰুদ্ধ
ন- পুৰণি
ক'লা- বগা
দিন- ৰাতি
উচ্ছৃংশল- সুশৃংখল
আন্ধাৰ- পোহৰ
গধুৰ- পাতল
দীঘল- চুটি
আকাশ- পাতাল
ডাঙৰ- সৰু
ধনী- দুখীয়া
দেনা- পাওনা
জীৱন- মৰণ
স্বাধীন- পৰাধীন
ওখ- চাপৰ
দ'- বাম
পাপ- পূণ্য
নতুন- পূৰণি
সুখী- দুখী
শত্ৰু- মিত্ৰ
গৰম- শীত
হাঁহি- কান্দোন
বাহিৰ- ভিতৰ
আয়- ব্যয়
অলপ- বেছি
উচ্চ- নীচ
জয়- পৰাজয়
শিক্ষিত- অশিক্ষিত
ভদ্ৰ- অভদ্ৰ
আশা- নিৰাশা
বিদ্বান- মূৰ্খ
আৰম্ভ- শেষ
ৰজা- প্ৰজা
শোক- হৰ্ষ
ধৰ্ম- অধৰ্ম
সৎ- অসৎ
বাদী- বিবাদী
যশ- অপযশ
ওপৰ- তল
মিঠা - তিতা
টান - ঢিলা
জাৰ- জহ
সাকাৰ - নিৰাকাৰ
উত্থান- পতন
মান - অপমান
সস্তা - মহঙা
সৰস - নিৰস
ৰোগী- নিৰোগী
ঊৰ্ধ- অধঃ
অতিবৃষ্টি - অনাবৃষ্টি
সদয় - নিৰ্দয়
জুটি - বিজুটি
জন্ম - মৃত্যু
চৰিত্ৰহীন - চৰিত্ৰবান
প্ৰধান - অপ্ৰধান
প্ৰবীণ - নবীন
জীৱিত - মৃত
আৰোহণ - অৱৰোহণ
প্ৰভূ - ভৃত্য
পুৰুষ- মহিলা
বাহ্যিক - আভ্যন্তৰীণ
আৱিৰ্ভাৱ - তিৰোভাৱ
বিস্তৃত - সংক্ষিপ্ত
সতী - অসতী
উচ্চ - নীচ
দিঠক - সপোন
নিম্নোক্ত - উপৰিউক্ত
ক্ষমা - প্ৰতিশোধ
সজীৱ - নিৰ্জীৱ
পৰিশ্ৰমী - এলেহুৱা
দেশী - বিদেশী
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
*********************
পলু
ReplyDelete