Biporit xabda, বিপৰীত শব্দ, Assamese grammar important question


 Assamese grammae| বিপৰীত অৰ্থ বুজোৱা শব্দ| বিপৰীতাৰ্থক শব্দ।

Biporit xabda, বিপৰীত শব্দ, Assamese grammar important question
বিপৰীত শব্দ
শব্দ বিপৰীত শব্দ
অনুগ্ৰহনিগ্ৰহ
অনুৰাগবিৰাগ
আৱাহনবিসৰ্জন
আকৰ্ষণবিকৰ্ষণ
আস্তিকনাস্তিক
অতিবৃষ্টিঅনাবৃষ্টি
আপোনপৰ
অধমউত্তম
অমৃতগৰল
অসুস্থসুস্থ
ইষ্টঅনিষ্ট
অসভ্যসভ্য
আশানিৰাশা
অগভীৰগভীৰ
আদৰঅনাদৰ
আৰম্ভশেষ
আদানপ্ৰদান
ইহলোকপৰলোক
উচিতঅনুচিত
উৰ্বৰঅনুৰ্বৰ
প্ৰকৃতঅপ্ৰকৃত
উৎকৃষ্টনিকৃষ্ট
উপস্থিতঅনুপস্থিত
দোষগুণ
বিধৱাসধবা
প্ৰাচীনআধুনিক
সুগমদুৰ্গম
দীৰ্ঘহ্ৰস্ব
সাক্ষৰনিৰক্ষৰ
জটিলসৰল
নিলগওচৰ
বিখ্যাতকুখ্যাত
বৰ্তমানঅৱৰ্তমান
উদাৰসংকীৰ্ণ
আয়ব্যয়
গৰিষ্ঠলঘিষ্ঠ
কৃষ্ণশুক্ল
উন্নতিঅৱনতি
উদয়অস্ত
ঐক্যঅনৈক্য
উত্তৰনিৰুত্তৰ
কৃপণখৰচী
কৃত্ৰিমঅকৃত্ৰিম
খাদ্যঅখাদ্য
গ্ৰহণবৰ্জন
গোপনপ্ৰকাশ
চেতনঅচেতন
তিৰস্কাৰপুৰস্কাৰ
দ্ৰুতমন্থৰ
নিৰ্মলমলিন
নিদ্ৰাজাগ্ৰত
নিষ্ঠুৰদয়ালু
নিন্দাপ্ৰশংসা
জ্ঞাতঅজ্ঞাত
সপক্ষবিপক্ষ
সুবিধাঅসুবিধা
বন্ধনমুক্তি
বিৰহমিলন
বিনয়গৰ্ব
বৈধঅবৈধ
ভক্তিঅভক্তি
ভোটাচোকা
মূখ্যগৌণ
যোগবিয়োগ
শান্তঅশান্ত
সম্পদবিপদ
সন্ধিবিগ্ৰহ
সহযোগঅসহযোগ
সজীৱনিৰ্জীৱ
ভালবেয়া
লাভলোকচান
সুন্দৰকুৎসিত
উন্মুক্তঅৱৰুদ্ধ
দিনৰাতি
আন্ধাৰপোহৰ
গধুৰপাতল
ডাঙৰসৰু
ধনীদুখীয়া
জীৱনমৰণ
স্বাধীনপৰাধীন
পাপপূণ্য
সুখীদুখী
শত্ৰুমিত্ৰ
গৰমশীত
হাঁহিকান্দোন
বাহিৰভিতৰ
উচ্চনীচ
জয়পৰাজয়
শিক্ষিতঅশিক্ষিত
ভদ্ৰঅভদ্ৰ
বিদ্বানমূৰ্খ
শোকহৰ্ষ
ধৰ্মঅধৰ্ম
সৎঅসৎ
যশঅপযশ
মিঠাতিতা
টানঢিলা
সাকাৰনিৰাকাৰ
উত্থানপতন
মানঅপমান
সস্তামহঙা
ৰোগীনিৰোগী
সদয়নিৰ্দয়
জন্মমৃত্যু
প্ৰধানঅপ্ৰধান
প্ৰবীণনবীন
জীৱিতমৃত
আৰোহণঅৱৰোহণ
প্ৰভূভৃত্য
পুৰুষমহিলা
বাহ্যিকআভ্যন্তৰীণ
আৱিৰ্ভাৱতিৰোভাৱ
বিস্তৃতসংক্ষিপ্ত
ক্ষমাপ্ৰতিশোধ
পৰিশ্ৰমীএলেহুৱা
দেশীবিদেশী
অলসকৰ্মঠ
অভিমানঅনুৰাগ
অশুদ্ধশুদ্ধ
অপমানসন্মান
অসহায়সহায়
অসাৰসাৰ্থক
অস্থায়ীস্থায়ী
অহংকাৰনম্ৰতা
অগ্ৰগতিপশ্চাদগতি
অকালসুকাল
অজ্ঞবিজ্ঞ
অন্ধদৃষ্টিশক্তি সম্পন্ন
অনাথসনাথ
অনুগতঅবাধ্য
অনুমতিনিষেধ
অনুৰ্বৰউৰ্বৰ
অপচয়সঞ্চয়
অপকাৰউপকাৰ
অবনতিউন্নতি
অবিশ্বাসবিশ্বাস
অমঙ্গলমঙ্গল
অৰ্জনবিসৰ্জন
অল্পভাষীবাচাল
অসত্যসত্য
আকৰ্ষকবিকৰ্ষক
আগ্ৰহঅনাগ্ৰহ
আজ্ঞাবহঅবাধ্য
আনন্দবিষাদ
আপত্তিসমৰ্থন
আলসুৱাচঞ্চল
আলোকআন্ধাৰ
আশীৰ্বাদঅভিশাপ
আহ্বানবর্জন
ইমানদাৰবেইমান
উজ্বলম্লান
উত্তাপশীতলতা
উদ্ধাৰবিনাশ
উদ্যমঅলসতা
উন্নতঅনুন্নত
উপকাৰীঅপকাৰী
উপচয়অপচয়
উমালশীতল
ঋণীধনী
একমতদ্বিমত
একত্ৰপৃথক
একাগ্ৰঅমনোযোগী
ঐশ্বৰ্যঅনৈশ্বৰ্য
কঠিনকোমল
কঠোৰনমনীয়
কৰ্কশমধুৰ
কৰ্মঠএলেহুৱা
কল্যাণঅকল্যাণ
কুৎসাপ্ৰশংসা
কুশলঅশুভ
কোমলকঠিন
ক্ষীণসবল
ক্ষমতাশালীদুৰ্বল
গতিস্থবিৰতা
গভীৰঅগভীৰ
গুণীগুণহীন
গৌৰৱলজ্জা
ঘনপাতল
চতুৰমূৰ্খ/বোকা
চিৰস্থায়ীক্ষণস্থায়ী
চিনাকিঅচিনাকি
চুপ / নীৰৱবাচাল / মুখৰ
চেনেহঘৃণা
ছাত্ৰশিক্ষক
জাগৰণনিদ্ৰা
জীৱনিৰ্জীৱ
জয়ীপৰাজিত
জ্ঞানঅজ্ঞান
ঠেকবহল
ঠাণ্ডাগৰম
ডাঠক্ষীণ
তীক্ষ্ণভোটা
তৃপ্তিঅতৃপ্তি
দয়ালুনিষ্ঠুৰ
দৃশ্যঅদৃশ্য
দুৰ্বলশক্তিশালী
দূৰওচৰ
দৈনিকসাময়িক
ধনীনিৰ্ধন
নম্ৰউদ্ধত
নতুনপুৰণি
নিন্দনীয়প্ৰশংসনীয়
নিপুণঅনিপুণ
নিশ্চিতঅনিশ্চিত
নৰমটান
পবিত্ৰঅপবিত্ৰ
পৰিষ্কাৰঅপৰিষ্কাৰ
পৰাধীনস্বাধীন
পৰোক্ষপ্ৰত্যক্ষ
পৰিতৃপ্তঅতৃপ্ত
পলমসোনকালে
পাহৰণিস্মৃতি
পুণ্যপাপ
পোহৰআন্ধাৰ
প্ৰসাৰিতসংকুচিত
প্ৰশান্তঅশান্ত
ফৰকালডাৱৰীয়া
বহলঠেক
বহুমূলীয়ামূল্যহীন
বিকাশঅৱক্ষয়
বিজয়পৰাজয়
বিনাশসৃষ্টি
বিপুলনগণ্য
বিলাসীমিতব্যয়ী
বুদ্ধিমানমূৰ্খ
বৃদ্ধযুৱ
কৰ্মৰতঅৱসৰপ্ৰাপ্ত
ভয়সাহস
গধুৰ পাতল
মধুৰতিতা
মৰমঘৃণা
মহৎনিকৃষ্ট
মুকলিবন্ধ
মৌনবাকপটু
যত্নঅৱহেলা
যথাৰ্থঅযথাৰ্থ
যুৱবৃদ্ধ
ৰক্ষকভক্ষক
ৰুক্ষকোমল
লঘুগধুৰ
লাভজনকলোকচানজনক
শুদ্ধঅশুদ্ধ
শুভঅশুভ
শ্ৰমবিশ্ৰাম
সংকোচসাহস
সংযোগবিচ্ছেদ
সজাগঅসাৱধান
সফলবিফল
সম্মানঅপমান
সমৃদ্ধদৰিদ্ৰ
সৰলজটিল
সলনিএকে
সুস্থঅসুস্থ
সৌভাগ্যদুৰ্ভাগ্য
স্বৰ্গনৰক
হাস্যবিষাদ
হিতঅহিত
হ্ৰাসবৃদ্ধি
অক্ষমসক্ষম
অগতিগতি
অচলসচল
অতিথিগৃহস্থ
অধিককম
অনুকূলপ্ৰতিকূল
অনুৰক্তবিতৃষ্ণ
অপব্যয়মিতব্যয়
অভ্যন্তৰবাহিৰ
অমান্যমান্য
অযোগ্যযোগ্য
অযত্নযত্ন
অৰুচিৰুচি
অলীকবাস্তৱ
অসফলসফল
অসম্ভৱসম্ভৱ
অস্থিৰস্থিৰ
অস্বীকাৰস্বীকাৰ
আকুলনিৰাকুল
আগমনপ্ৰস্থান
আজিকাইলৈ
আত্মীয়অনাত্মীয়
আবদ্ধমুক্ত
আয়তসংকীৰ্ণ
আৰ্দ্ৰশুকান
আলগলগা
আৱশ্যকঅনাৱশ্যক
ইঙ্গিতস্পষ্টতা
উচ্চতানিম্নতা
উজ্জ্বলঅনুজ্জ্বল
উদ্ধতনম্ৰ
উপকাৰঅপকাৰ
উপৰতল
উভতিআগবাঢ়ি
ঋজুবেঁকা
একবহু
এলেহুৱাপৰিশ্ৰমী
ঐচ্ছিকবাধ্যতামূলক
ওলমিপৰি বা খহি
কঠোৰতাকোমলতা
কৰুণনিৰ্দয়
কেঁচাপকা
কামবিশ্ৰাম
কালশুভ্ৰ
কিনিববিক্ৰী কৰিব
কৃতজ্ঞঅকৃতজ্ঞ
ক্ৰয়বিক্ৰয়
ক্ষয়বৃদ্ধি
গৰিমাহীনতা
গুৰুলঘু
গোপনীয়প্ৰকাশ্য
ঘৃণাভালপোৱা
উঠিনামি/ বহি
চিন্তানিশ্চিন্ত
চিৰ/ চিৰন্তনক্ষণিক
ক্ষুদ্ৰবৃহৎ
জমাখৰচ
জীৱন্তমৃত
কন্দল / বিবাদমিলাপ্ৰীতি
টানঢিলা
ঠেকীয়াউদাৰ
তৰলকঠিন
তলওপৰ
তাজাবাসি
তিক্তমধুৰ
তেজীশান্ত
দামীসস্তা
দুৰ্ভিক্ষসুভিক্ষ
দৃঢ়দুৰ্বল
দোষীনিৰ্দোষ
ধ্বংসনিৰ্মাণ
নমস্কাৰবিদায়
নগদবাকী
নৰকস্বৰ্গ
নিম্নউচ্চ
নীৰৱসশব্দ
পতনউত্থান
পৰাজিতজয়ী
পাপীপূণ্যবান
পিচপৰাআগবঢ়া
পুৰস্কাৰশাস্তি
পোহনীয়াবনৰীয়া
প্ৰকাশ্যগোপন
প্ৰৱেশপ্ৰস্থান
প্ৰিয়অপ্ৰিয়
ফলদায়কফলহীন
বন্দীমুক্ত
বহিঃঅন্তঃ
বাল্যবাৰ্ধক্য
বিকৃতশুদ্ধ
বিশালক্ষুদ্ৰ
বেহালসুস্থিৰ
বৈৰীমিত্ৰ
ব্যয়বহুলসস্তীয়া
ভঙ্গুৰমজবুত
মন্দউত্তম
মহানতুচ্ছ
মৃত্যুজীৱন
যন্ত্ৰণাআৰাম
যুগ্মঅযুগ্ম
ৰূঢ়বিনয়ী
লঘুগুৰু
শীতলউষ্ণ
শূন্যপূৰ্ণ
শৃংখলবিশৃংখল
সংকীৰ্ণবহল
সচেতনঅচেতন
সত্যবাদীমিছলীয়া
সবলদুৰ্বল
সস্তাদামী
সহজকঠিন
সুখদুখ
সু-শাসনকু-শাসন
সেৱকমালিক
স্থূলক্ষীণ
স্বদেশবিদেশ
হাসিকান্দোন
হিংসাঅহিংসা
হেৰুওৱাপোৱা
ৰঙীনৰংহীন
অগ্ৰজঅনুজ
অচিনচিনাকি
অটলচঞ্চল
অতীতভৱিষ্যত
অদৃশ্যদৃশ্যমান
অনুমোদনআপত্তি
অবাধনিয়ন্ত্ৰিত
অমায়িকৰূঢ়
অম্লক্ষাৰ
অলঙ্ঘনীয়লঙ্ঘনীয়
অসীমসসীম
অস্পষ্টস্পষ্ট
আক্ৰমণপ্ৰতিৰক্ষা
আগ্ৰাসীশান্তিপ্ৰিয়
আতংকনিৰ্ভয়তা
আতুৰধীৰ
আধাসম্পূৰ্ণ
আনুষ্ঠানিকঅনানুষ্ঠানিক
আবিৰধূলি
আয়াসঅনায়াস
আৰোগ্যব্যাধি
আলস্যসজাগতা
আৱদ্ধউন্মুক্ত
ইতিকথাভৱিষ্যৎকথা
ইন্ধননিৰ্বাপণ
উগ্ৰমৃদু
উজানভাটি
উন্নাসিকবিনয়ী
উপকাৰিতাঅপকাৰিতা
উপচাৰঅবহেলা
উৰ্বশীকুৎসিতা
ঊষাসন্ধ্যা
ঋদ্ধদৰিদ্ৰ
একান্তসাৰ্বজনীন
এলান্ধুসতৰ্ক
ঐচ্ছিকতাবাধ্যবাধকতা
ওজোনীলঘু
ওখলসমতল
কঠুৱাকোমলীয়া
কপটসৰল
কৰুণানিৰ্দয়তা/
কলুষিতপৱিত্ৰ
কুশ্ৰীসুশ্ৰী
কৌশলীঅদক্ষ
খৰখেদালেহেমিয়া
খ্যাতিঅখ্যাতি
গভীৰতাঅগভীৰতা
গুপ্তপ্ৰকাশিত
গৌণমুখ্য
ঘাটতিপ্ৰাচুৰ্য
চঞ্চলতাস্থিৰতা
চাপৰদ'
চিকুণখহটা
চিৰন্তনক্ষণস্থায়ী
ছদ্মআসল
জটমুকলি
জাগ্ৰতসুপ্ত
সবলতাদুৰ্বলতা
প্ৰফুল্লম্লান
টনকিয়ালদুৰ্বল
সংকীর্ণমনাউদাৰচিতীয়া
তৰুণবৃদ্ধ
তীক্ষ্ণভোঁতা
সজীৱনিৰ্জীৱ
দয়ালুনিষ্ঠুৰ
দৃঢ়তাঅস্থিৰতা
দুৰাচাৰীসদাচাৰী
দূষিতবিশুদ্ধ
চোকা বা তীক্ষ্ণভোঁতা
নগণ্যগুৰুত্বপূর্ণ
নমনীয়কঠোৰ
নৰমীয়াকঠিনীয়া
নিস্তব্ধকোলাহলপূর্ণ
নিষ্ক্ৰিয়সক্ৰিয়
পতিতউন্নত
পৰিপাটিঅপৰিপাটি
পৱিত্ৰতাঅপৱিত্ৰতা
পিচলখহটা
পুৰস্কৃতদণ্ডিত
পৈণতঅপৈণত
প্ৰচণ্ডমৃদু
প্ৰাণৱন্তনিৰ্জীৱ
বক্ৰপোন
বন্যপোহনীয়া
বাহুল্যঅভাৱ
বিকলসুস্থ
বিচক্ষণঅবিচক্ষণ
বিশৃংখলশৃংখলাবদ্ধ
বিষাদআনন্দ
বৃহৎক্ষুদ্ৰ
ভদ্রতাঅভদ্ৰতা
মসৃণখহটা
মহিমাহীনতা
মিতভাষীবাটপটু
মৃদুকঠোৰ
যথেষ্টনগন্য 
ৰক্ষিতঅৰক্ষিত
লেহেমদ্ৰুত
শোভনঅশোভন
সংক্ষিপ্তবিস্তৃত
সচলতাঅচলতা
সবলতাদুৰ্বলতা
সমানঅসমান
সম্ভৱঅসম্ভৱ
সৰসতানিৰসতা
সুস্বাদুবিস্বাদ
সৌন্দৰ্যঅসৌন্দৰ্য
স্থায়ীঅস্থায়ী
স্বচ্ছঘোলা
হিতকৰঅহিতকৰ
হৃষ্টপুষ্টখীণ-মিন

2 comments:

Please do not enter any spam link in the comment box.