সমাৰ্থক শব্দ বা প্ৰতিশব্দ (একে অৰ্থ বুজোৱা শব্দ)
অসমীয়া সমাৰ্থক শব্দৰ সম্পূৰ্ণ তালিকা
| শব্দ | সমাৰ্থক শব্দ |
|---|---|
| আকাশ | গগন, ব্যোম, নীলিমা, অম্বৰ |
| সোণ | স্বৰ্ণ, কনক, হেম |
| শৰীৰ | দেহ, তনু, কায়া, কলেৱৰ |
| গৃহ | ঘৰ, আলয়, ভৱন, নিকেতন, নিলয় |
| ফুল | পুষ্প, কুসুম, সুমন, প্ৰসূন |
| দিন | দিবা, দিৱস |
| চৰাই | পক্ষী, বিহগ, খগ, বিহংগ |
| অগ্নি | জুই, অনল, বহ্নি |
| গিৰি | পৰ্বত, নগ, পাহাৰ, শৈল |
| ৰাতি | ৰাত্ৰি, নিশি, ৰজনী, শৰী, নিশা |
| শোণিত | তেজ, ৰুধিৰ, ৰক্ত |
| বায়ু | পৱন, বতাহ, সমীৰ, মৰুৎ |
| সূৰ্য | বেলি, তপন, মিহিৰ, ভাস্কৰ, ৰবি, আদিত্য |
| মেঘ | ডাৱৰ, বলাহৱা, জলধৰ |
| কপাল | ললাট, ভাগ্য |
| গুৰু | শিক্ষক |
| পানী | জল, বাৰি, উদক, সলিল |
| জীৱন | প্ৰাণ, জীউ, জীৱ |
| দূত | অনুচৰ, বাৰ্তাবাহক, কটকী |
| বন | তৃণ |
| ছিদ্ৰ | বিন্ধা, সুৰুঙা |
| বৃক্ষ | গছ, তৰু, মহীৰুহ, দ্ৰুম, বিটপী, বিৰিখ |
| জিভা | জিহ্বা, ৰসনা |
| ভৰি | পদ, চৰণ |
| হাত | হস্ত, কৰ, পাণি |
| নাক | নাসিকা, নাসা |
| ৰজা | ভূপতি, ৰাজন, নৰপতি, ৰাজেশ্বৰ |
| মানুহ | মানৱ, নৰ, মনুষ্য |
| দেৱতা | দেৱ, অমৰ, অজৰ, সুৰ |
| গংগা | ভাগীৰথী, মন্দাকিনী, জাহ্নৱী |
| ইন্দ্ৰ | দেৱেন্দ্ৰ, সুৰপতি, সুৰেশ |
| সেৱক | দাস, ভৃত্য, অনুচৰ, কিংকৰ |
| স্ত্ৰী | নাৰী, মহিলা, বনিতা, ললনা, তিৰোতা |
| ইচ্ছা | অভিলাষা, কামনা, মনোৰথ |
| হ্ৰদ | সৰোবৰ, জলাশয় |
| বন্ধু | মিত্ৰ, সখা |
| আদৰ | মৰম, লাহৰ, আপচোচ |
| নদী | নৈ, নদ, তটিনী, স্ৰোতস্বিনী |
| চন্দ্ৰ | জোন, শশী, ইন্দু, শশধৰ |
| কন্যা | জীয়ৰী, তনয়া, জী, পুত্ৰী |
| চকু | নয়ন, নেত্ৰ, চক্ষু, লোচন |
| উত্তম | পৰম, শ্ৰেষ্ঠ |
| পোহৰ | জেউতি, প্ৰকাশ, ৰশ্মি, কিৰণ |
| ধৰণী | পৃথৱী, মেদিনী, ধৰা, বসুমতী, ধৰিত্ৰী, জগত |
| কমল | পদুম, sৰোজ, পংকজ, অৰবিন্দ |
| সাগৰ | समुদ্ৰ, ৰত্নাকৰ, পয়োধৰ, জলধি |
| ঈশ্বৰ | ভগৱান, প্ৰভূ, বিভূ, পৰমাত্মা |
| বননি | কানন, জংগল, অৰণ্য |
| উপবন | বাগিচা, উদ্যান |
| শত্ৰু | অৰি, বৈৰী, ৰিপু |
| ভাই | ভাতৃ, ভ্ৰাতা, সহোদৰ |
| ভনী | ভগ্নী, সহোদৰা |
| সাপ | সৰ্প, নাগ, উৰগ, অহি, ভুজংগ |
| ৰাক্ষস | দৈত্য, অসুৰ, দানৱ |
| অনুৰাগ | আসক্তি, প্ৰেম |
| অন্ধকাৰ | তমঃ, তিমিৰ, আন্ধাৰ, নিশি |
| অমৰাপুৰী | স্বৰ্গ, দেৱলোক |
| অমৃত | সুধা, অমিয়, পীযুষ |
| অৰ্থ | ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য |
| আত্মীয় | কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ |
| आनন্দ | ৰং, আমোদ, ধেমালি |
| আভৰণ | অলংকাৰ |
| আহত | আঘাত, কোব, মাৰ, প্ৰহাৰ |
| আবেদন | দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন |
| আৰাও | মাত, চিঞৰ, শব্দ |
| উজু | সৰল, সহজ, ঢিলা |
| উত্তম | উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম |
| উভতি | উলটি |
| কথা | উক্তি, বচন, বাক্য, ভাষণ, शब्द |
| কন্যা | দুহিতা, তনয়া, জীয়াৰী |
| কম | তাকৰ, নগণ্য |
| কৰুণ | কাতৰ, ব্যাকুল |
| কলংক | দাগ, চেকা, কালিমা |
| কাপোৰ | বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন |
| কাৰেং | ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা |
| কিতাপ | পুস্তক, গ্ৰন্থ, পুথি |
| কিৰণ | জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ |
| কুশল | কল্যাণ, মঙ্গল, শুভ, সুখ, সমৃদ্ধি |
| কুসুম | পুষ্প, ফুল, কুঞ্জ |
| কেৰাহি | বেকাঁ দৃষ্টি |
| কেৰাহী | লোহৰা |
| কেৰু | কেয়ূৰ, থুৰীয়া, কাণ ফুলি |
| গছ | বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু, দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ |
| গধূলি | গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ সন্ধি |
| গাখীৰ | ক্ষীৰ, দধী |
| গীত | গান, স্বৰ |
| গৃহস্থ | সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত |
| সঞ্চাৰ | তলা; সঁচাৰ |
| সাউদ | মুদৈ, বেপাৰী, সদাগৰ |
| সাগৰ | জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ, পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি, অৰ্ণৱ, জলনিধি |
| সামৰণি | সমাপণ, অন্ত |
| সুঘ্ৰাণ | ভাল গোন্ধ, মলমলনি |
| সুচল | সুবিধা, ভাল উপায়, সহায়, উজু, সহজ |
| বধ | হত্যা, হনন, মাৰণ, নাশ |
| বাট | পথ, ৰাস্তা, মাৰ্গ, আলিবাট |
| বাৰি | পানী, জল |
| বাৰিধি | সাগৰ |
| বিখ্যাত | প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত |
| বিটপী | বিৰিখ, গছ |
| বৃত্তি | জীৱিকা, ব্যৱসায় |
| বেছি | সৰহ, অধিক |
| ব্যথা | দুখ, বেদনা |
| মা / আই | মাতৃ, জননী, গৰ্ভধাৰিণী, প্ৰসূতী |
| দেউতা / পিতা | পিতৃ, জনক, বোপাই |
| পণ্ডিত | জ্ঞানী, বিদ্বান, বিজ্ঞ, সুধী, প্ৰাজ্ঞ |
| চুলি | কেশ, কুন্তল, চিকুৰ |
| চহকী | ধনী, বিত্তৱান, আঢ্যৱন্ত, ধনৱন্ত |
| দৰিদ্ৰ | গৰীব, নিৰ্ধন, দুখীয়া, অকিঞ্চন |
| মাটি | মৃত্তিকা, ভূমি, ক্ষিতি, মৃৎ |
| তৰা | নক্ষত্ৰ, তাৰকা, জ্যোতিষ্ক |
| নাও | নৌকা, তৰণী, ডিঙা |
| ঘোঁৰা | অশ্ব, তুৰগ, বাজী, হয়, ঘটক |
| হাতী | হস্তী, গজ, কুঞ্জৰ, মাতংগ, ঐৰাৱত, দন্তী |
| বাঘ | ব্যাঘ্ৰ, শাৰ্দূল |
| গৰু | ধেনু, গাই, গো |
| বৰষুণ | বৃষ্টি, বৰষা, বৰিষণ |
| ঢৌ | তৰংগ, লহৰ, উৰ্মি |
| দুখ | শোক, বিষাদ, কষ্ট, যন্ত্ৰণা, ক্লেশ |
| ভয় | ডৰ, ত্ৰাস, ভীতি, শংকা |
| অহংকাৰ | গৰ্ব, দম্ভ, গৌৰৱ, অভিমান, দৰ্প |
| পৱিত্ৰ | শুদ্ধ, নিৰ্মল, শুচি, অমল |
| কঠিন | টান, দুৰ্গম, দুঃসাধ্য, জটিল |
| নতুন | নৱ, নৱীন, অভিনৱ, ন, অৰ্বাচীন |
| পুৰণি | প্ৰাচীন, পুৰাতন, অতীত, সনাতন |
| ধুনীয়া | সুন্দৰ, মনোৰম, ৰূপৱান, সুদৃশ্য, চাৰু, মনোহৰ |
| জ্ঞান | বিদ্যা, প্ৰজ্ঞা, বোধ, শিক্ষা |
| পৰিশ্ৰম | কষ্ট, শ্ৰম, মেহনত, প্ৰয়াস |
| যশস্যা | খ্যাতি, সুখ্যাতি, প্ৰসিদ্ধি, নাম, সুনাম |
| কাণ | কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়, শ্ৰুতি |
| বছৰ | বৰ্ষ, অব্দ, চন |
| ৰং | বৰ্ণ, বোল। (আনন্দ বা ধেমালি অৰ্থত: আমোদ, উল্লাস, আনন্দ, স্ফুৰ্তি) |
| সংসাৰ | জগত, বিশ্ব, পৃথিৱী, ভৱ, দুনিয়া |
| বিশাল | বৃহৎ, প্ৰকাণ্ড, বিস্তীৰ্ণ, প্ৰশস্ত, বিৰাট, সুবৃহৎ |
| মাজত | মধ্যত, ভিতৰত, মাজভাগত, অভ্যন্তৰত |
অসমীয়া ব্যাকৰণৰ শুদ্ধ আৰু সহজ আলোচনা নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ এই ৱেবচাইটলৈ পুনৰ আহিব। ইয়াত বিভিন্ন পৰীক্ষোপযোগী প্ৰশ্নোত্তৰ আৰু পাঠ্যক্ৰমসমূহ ধাৰাবাহিকভাৱে আপলোড কৰা হয়।
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
.........................


Class 5 assames answer
ReplyDeleteKan
Deleteকাণ
Deleteধন্যবাদ
ReplyDeleteবছৰ
DeleteIsn't there a way to search up the word we want here? I didn't found the word I was searching for but google showed that it's here
ReplyDeleteৰং
Deleteৰং
DeleteHii
Deleteসংসাৰ ৰ সমাৰ্থক শব্দ কি ?
ReplyDeleteবিশাল ৰ সমাৰ্থক শব্দ কি?
মাজত
ReplyDeleteসাপ
ReplyDelete