সমাৰ্থক শব্দ বা প্ৰতিশব্দ (একে অৰ্থ বুজোৱা শব্দ) Synonyms in assamese


সমাৰ্থক শব্দ বা প্ৰতিশব্দ (একে অৰ্থ বুজোৱা শব্দ)

সমাৰ্থক শব্দ বা প্ৰতিশব্দ (একে অৰ্থ বুজোৱা শব্দ)

অসমীয়া সমাৰ্থক শব্দৰ সম্পূৰ্ণ তালিকা

শব্দ সমাৰ্থক শব্দ
আকাশগগন, ব্যোম, নীলিমা, অম্বৰ
সোণস্বৰ্ণ, কনক, হেম
শৰীৰদেহ, তনু, কায়া, কলেৱৰ
গৃহঘৰ, আলয়, ভৱন, নিকেতন, নিলয়
ফুলপুষ্প, কুসুম, সুমন, প্ৰসূন
দিনদিবা, দিৱস
চৰাইপক্ষী, বিহগ, খগ, বিহংগ
অগ্নিজুই, অনল, বহ্নি
গিৰিপৰ্বত, নগ, পাহাৰ, শৈল
ৰাতিৰাত্ৰি, নিশি, ৰজনী, শৰী, নিশা
শোণিততেজ, ৰুধিৰ, ৰক্ত
বায়ুপৱন, বতাহ, সমীৰ, মৰুৎ
সূৰ্যবেলি, তপন, মিহিৰ, ভাস্কৰ, ৰবি, আদিত্য
মেঘডাৱৰ, বলাহৱা, জলধৰ
কপালললাট, ভাগ্য
গুৰুশিক্ষক
পানীজল, বাৰি, উদক, সলিল
জীৱনপ্ৰাণ, জীউ, জীৱ
দূতঅনুচৰ, বাৰ্তাবাহক, কটকী
বনতৃণ
ছিদ্ৰবিন্ধা, সুৰুঙা
বৃক্ষগছ, তৰু, মহীৰুহ, দ্ৰুম, বিটপী, বিৰিখ
জিভাজিহ্বা, ৰসনা
ভৰিপদ, চৰণ
হাতহস্ত, কৰ, পাণি
নাকনাসিকা, নাসা
ৰজাভূপতি, ৰাজন, নৰপতি, ৰাজেশ্বৰ
মানুহমানৱ, নৰ, মনুষ্য
দেৱতাদেৱ, অমৰ, অজৰ, সুৰ
গংগাভাগীৰথী, মন্দাকিনী, জাহ্নৱী
ইন্দ্ৰদেৱেন্দ্ৰ, সুৰপতি, সুৰেশ
সেৱকদাস, ভৃত্য, অনুচৰ, কিংকৰ
স্ত্ৰীনাৰী, মহিলা, বনিতা, ললনা, তিৰোতা
ইচ্ছাঅভিলাষা, কামনা, মনোৰথ
হ্ৰদসৰোবৰ, জলাশয়
বন্ধুমিত্ৰ, সখা
আদৰমৰম, লাহৰ, আপচোচ
নদীনৈ, নদ, তটিনী, স্ৰোতস্বিনী
চন্দ্ৰজোন, শশী, ইন্দু, শশধৰ
কন্যাজীয়ৰী, তনয়া, জী, পুত্ৰী
চকুনয়ন, নেত্ৰ, চক্ষু, লোচন
উত্তমপৰম, শ্ৰেষ্ঠ
পোহৰজেউতি, প্ৰকাশ, ৰশ্মি, কিৰণ
ধৰণীপৃথৱী, মেদিনী, ধৰা, বসুমতী, ধৰিত্ৰী, জগত
কমলপদুম, sৰোজ, পংকজ, অৰবিন্দ
সাগৰसमुদ্ৰ, ৰত্নাকৰ, পয়োধৰ, জলধি
ঈশ্বৰভগৱান, প্ৰভূ, বিভূ, পৰমাত্মা
বননিকানন, জংগল, অৰণ্য
উপবনবাগিচা, উদ্যান
শত্ৰুঅৰি, বৈৰী, ৰিপু
ভাইভাতৃ, ভ্ৰাতা, সহোদৰ
ভনীভগ্নী, সহোদৰা
সাপসৰ্প, নাগ, উৰগ, অহি, ভুজংগ
ৰাক্ষসদৈত্য, অসুৰ, দানৱ
অনুৰাগআসক্তি, প্ৰেম
অন্ধকাৰতমঃ, তিমিৰ, আন্ধাৰ, নিশি
অমৰাপুৰীস্বৰ্গ, দেৱলোক
অমৃতসুধা, অমিয়, পীযুষ
অৰ্থধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য
আত্মীয়কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ
आनন্দৰং, আমোদ, ধেমালি
আভৰণঅলংকাৰ
আহতআঘাত, কোব, মাৰ, প্ৰহাৰ
আবেদনদৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন
আৰাওমাত, চিঞৰ, শব্দ
উজুসৰল, সহজ, ঢিলা
উত্তমউৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম
উভতিউলটি
কথাউক্তি, বচন, বাক্য, ভাষণ, शब्द
কন্যাদুহিতা, তনয়া, জীয়াৰী
কমতাকৰ, নগণ্য
কৰুণকাতৰ, ব্যাকুল
কলংকদাগ, চেকা, কালিমা
কাপোৰবস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন
কাৰেংৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা
কিতাপপুস্তক, গ্ৰন্থ, পুথি
কিৰণজেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ
কুশলকল্যাণ, মঙ্গল, শুভ, সুখ, সমৃদ্ধি
কুসুমপুষ্প, ফুল, কুঞ্জ
কেৰাহিবেকাঁ দৃষ্টি
কেৰাহীলোহৰা
কেৰুকেয়ূৰ, থুৰীয়া, কাণ ফুলি
গছবৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু, দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ
গধূলিগধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ সন্ধি
গাখীৰক্ষীৰ, দধী
গীতগান, স্বৰ
গৃহস্থসংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত
সঞ্চাৰতলা; সঁচাৰ
সাউদমুদৈ, বেপাৰী, সদাগৰ
সাগৰজলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ, পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি, অৰ্ণৱ, জলনিধি
সামৰণিসমাপণ, অন্ত
সুঘ্ৰাণভাল গোন্ধ, মলমলনি
সুচলসুবিধা, ভাল উপায়, সহায়, উজু, সহজ
বধহত্যা, হনন, মাৰণ, নাশ
বাটপথ, ৰাস্তা, মাৰ্গ, আলিবাট
বাৰিপানী, জল
বাৰিধিসাগৰ
বিখ্যাতপ্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত
বিটপীবিৰিখ, গছ
বৃত্তিজীৱিকা, ব্যৱসায়
বেছিসৰহ, অধিক
ব্যথাদুখ, বেদনা
মা / আইমাতৃ, জননী, গৰ্ভধাৰিণী, প্ৰসূতী
দেউতা / পিতাপিতৃ, জনক, বোপাই
পণ্ডিতজ্ঞানী, বিদ্বান, বিজ্ঞ, সুধী, প্ৰাজ্ঞ
চুলিকেশ, কুন্তল, চিকুৰ
চহকীধনী, বিত্তৱান, আঢ্যৱন্ত, ধনৱন্ত
দৰিদ্ৰগৰীব, নিৰ্ধন, দুখীয়া, অকিঞ্চন
মাটিমৃত্তিকা, ভূমি, ক্ষিতি, মৃৎ
তৰানক্ষত্ৰ, তাৰকা, জ্যোতিষ্ক
নাওনৌকা, তৰণী, ডিঙা
ঘোঁৰাঅশ্ব, তুৰগ, বাজী, হয়, ঘটক
হাতীহস্তী, গজ, কুঞ্জৰ, মাতংগ, ঐৰাৱত, দন্তী
বাঘব্যাঘ্ৰ, শাৰ্দূল
গৰুধেনু, গাই, গো
বৰষুণবৃষ্টি, বৰষা, বৰিষণ
ঢৌতৰংগ, লহৰ, উৰ্মি
দুখশোক, বিষাদ, কষ্ট, যন্ত্ৰণা, ক্লেশ
ভয়ডৰ, ত্ৰাস, ভীতি, শংকা
অহংকাৰগৰ্ব, দম্ভ, গৌৰৱ, অভিমান, দৰ্প
পৱিত্ৰশুদ্ধ, নিৰ্মল, শুচি, অমল
কঠিনটান, দুৰ্গম, দুঃসাধ্য, জটিল
নতুননৱ, নৱীন, অভিনৱ, ন, অৰ্বাচীন
পুৰণিপ্ৰাচীন, পুৰাতন, অতীত, সনাতন
ধুনীয়াসুন্দৰ, মনোৰম, ৰূপৱান, সুদৃশ্য, চাৰু, মনোহৰ
জ্ঞানবিদ্যা, প্ৰজ্ঞা, বোধ, শিক্ষা
পৰিশ্ৰমকষ্ট, শ্ৰম, মেহনত, প্ৰয়াস
যশস্যাখ্যাতি, সুখ্যাতি, প্ৰসিদ্ধি, নাম, সুনাম
কাণকৰ্ণ, শ্ৰৱণেন্দ্ৰিয়, শ্ৰুতি
বছৰবৰ্ষ, অব্দ, চন
ৰংবৰ্ণ, বোল। (আনন্দ বা ধেমালি অৰ্থত: আমোদ, উল্লাস, আনন্দ, স্ফুৰ্তি)
সংসাৰজগত, বিশ্ব, পৃথিৱী, ভৱ, দুনিয়া
বিশালবৃহৎ, প্ৰকাণ্ড, বিস্তীৰ্ণ, প্ৰশস্ত, বিৰাট, সুবৃহৎ
মাজতমধ্যত, ভিতৰত, মাজভাগত, অভ্যন্তৰত

অসমীয়া ব্যাকৰণৰ শুদ্ধ আৰু সহজ আলোচনা নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ এই ৱেবচাইটলৈ পুনৰ আহিব। ইয়াত বিভিন্ন পৰীক্ষোপযোগী প্ৰশ্নোত্তৰ আৰু পাঠ্যক্ৰমসমূহ ধাৰাবাহিকভাৱে আপলোড কৰা হয়।










অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE


.........................


12 comments:

  1. ধন্যবাদ

    ReplyDelete
  2. Isn't there a way to search up the word we want here? I didn't found the word I was searching for but google showed that it's here

    ReplyDelete
  3. সংসাৰ ৰ সমাৰ্থক শব্দ কি ?
    বিশাল ৰ সমাৰ্থক শব্দ কি?

    ReplyDelete

Please do not enter any spam link in the comment box.