সমাৰ্থক শব্দ বা প্ৰতিশব্দ (একে অৰ্থ বুজোৱা শব্দ)
আকাশঃ গগন, ব্যোম, নীলিমা, অম্বৰ
সোণঃ স্বর্ণ, কনক, হেম
শৰীৰঃ দেহ, তনু, কায়া, কলেৱৰ
গৃহঃ ঘৰ, আলয়, ভৱন, নিকেতন, নিলয়
ফুলঃ পুষ্প, কুসুম, সুমন, প্রসূন
দিনঃ দিবা, দিৱস
চৰাইঃ পক্ষী, বিহগ, খগ, বিহংগ
অগ্নিঃ জুই, অনল, বহ্নি
গিৰিঃ পর্বত, নগ, পাহাৰ, শৈল।
ৰাতিঃ ৰাত্রি, নিশি, ৰজনী, শৰী, নিশা
শোণিতঃ তেজ, ৰুধিৰ, ৰক্ত
বায়ুঃ পৱন, বতাহ, সমীৰ, মৰুৎ
সূৰ্যঃ বেলি, তপন, মিহিৰ, ভাস্কৰ, ৰবি, আদিত্য
মেঘঃ ডাৱৰ, বলাহৱা, জলধৰ
কপালঃ ললাট, ভাগ্য
গুৰুঃ শিক্ষক
পানীঃ জল, বাৰি, উদক, সলিল
জীৱনঃ প্রাণ, জীউ, জীৱ
দূতঃ অনুচৰ, বার্তাবাহক, কটকী
বনঃ তৃণ
ছিদ্ৰঃ বিন্ধা, সুৰুঙা
বৃক্ষঃ গছ, তৰু, মহীৰুহ, দ্রুম, বিটপী, বিৰিখ
জিভাঃ জিহ্বা, ৰসনা
ভৰিঃ পদ, চৰণ।
হাতঃ হস্ত, কৰ, পাণি
নাকঃ নাসিকা, নাসা
ৰজাঃ ভূপতি, ৰাজন,নৰপতি, ৰাজেশ্বৰ
মানুহঃ মানৱ, নৰ, মনুষ্য
দেৱতাঃ দেৱ, অমৰ, অজৰ, সুৰ
গংগাঃ ভাগীৰথী, মন্দাকিনী, জাহ্নৱী
ইন্দ্ৰঃ দেৱেন্দ্ৰ, সুৰপতি, সুৰেশ
সেৱকঃ দাস, ভৃত্য, অনুচৰ, কিংকৰ
স্ত্রীঃ নাৰী, মহিলা, বনিতা, ললনা, তিৰোতা
ইচ্ছাঃ অভিলাষা, কামনা, মনোৰথ
হ্ৰদঃ সৰোবৰ, জলাশয়
বন্ধুঃ মিত্ৰ, সখা
আদৰঃ মৰম, লাহৰ, আপচোচ
নদীঃ নৈ, নদ, তটিনী, স্ৰোতস্বিনী
চন্দ্ৰঃ জোন, শশী, ইন্দু, শশধৰ
কন্যাঃ জীয়ৰী, তনয়া, জী, পুত্ৰী
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
চকুঃ নয়ন, নেত্ৰ, চক্ষু, লোচন
উত্তমঃ পৰম, শ্ৰেষ্ঠ
পোহৰঃ জেউতি, প্ৰকাশ, ৰশ্মি, কিৰণ
ধৰণীঃ পৃথিৱী, মেদিনী, ধৰা, বসুমতী, ধৰিত্ৰী, জগত
কমলঃ পদুম, সৰোজ, পংকজ, অৰবিন্দ
সাগৰঃ সমুদ্ৰ, ৰত্নাকৰ, পয়োধৰ, জলধি
ঈশ্বৰঃ ভগৱান, প্ৰভূ, বিভূ, পৰমাত্মা
বননিঃ কানন, জংগল, অৰণ্য
উপবনঃ বাগিচা, উদ্যান
শত্ৰুঃ অৰি, বৈৰী, ৰিপু
ভাইঃ ভাতৃ, ভ্ৰাতা, সহোদৰ
ভনীঃ ভগ্নী, সহোদৰা
সাপঃ সৰ্প, নাগ, উৰগ, অহি, ভুজংগ
ৰাক্ষসঃ দৈত্য, অসুৰ, দানৱ।
হ্ৰদঃ সৰোবৰ, জলাশয়
মিত্ৰঃ বন্ধু, সখা
আদৰঃ মৰম, লাহৰ, আপচোচ
নদীঃ নৈ, নদ, তটিনী, স্ৰোতস্বিনী
অনুৰাগ : আসক্তি, প্ৰেম।
অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
অমৃত : সুধা, অমিয়, পীযুষ।
অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য
আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ,
আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।
উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।
কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল।
কলংক : দাগ, চেকা, কালিমা
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যাণ, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ।
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ূৰ, থুৰীয়া, কাণ ফুলি
ছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু,
গছ: দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ [HSLC'14]
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ, সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ, পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি, অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ, [HSLC '17]
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ।[HSLC '16]
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
.........................
Class 5 assames answer
ReplyDeleteধন্যবাদ
ReplyDeleteIsn't there a way to search up the word we want here? I didn't found the word I was searching for but google showed that it's here
ReplyDeleteসংসাৰ ৰ সমাৰ্থক শব্দ কি ?
ReplyDeleteবিশাল ৰ সমাৰ্থক শব্দ কি?
মাজত
ReplyDelete