Class 7 Maths chapter 12 solution


অনুশীলনী: 12.1


১. তলৰ ক্ষেত্ৰবোৰত চলক, ধ্রুবক আৰু পাটিগণিতৰ প্রক্রিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা।

(i) x সংখ্যাটোক x ৰে পূৰণ কৰি 2 যোগ কৰা
⇒ x × x + 2 
 = x2 + 2

(ii) a আৰু b ৰ যোগফল
⇒ a + b

(iii) xৰ পৰা 7 বিয়োগ
⇒ x - 7

(iv) yৰ z পৰা বিয়োগ
⇒ y - z

(v) x ৰ বৰ্গক y ৰে পূৰণ, পূৰণফলৰ লগত z যোগ
⇒ x2y + z

(vi) x আৰু z পূৰণফলৰ আধা
⇒ (x × z)/2 
 = xz/2

(vii) y আৰু z পূৰণফলৰ পৰা y আৰু z যোগফল বিয়োগ
⇒ (y × z) - (y + z)
 = yz - (y+z)

(viii) x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ
⇒ x/y + z

(ix) x ৰ 3 গুণৰ সৈতে z যোগ
⇒ (3 × x) + z 
 = 3x + z

(x) x ৰ লগত 6 যোগ কৰি, যোগফলক 3 ৰে হৰণ
⇒ (x + 6) ÷ 3
 = (x + 6)/3

(xi) x ক 5 ৰে পূৰণ কৰি, পূৰণফলৰ বৰ্গ
⇒ (x × 5)2 
 = (5x)2

(xii) x ৰ বৰ্গৰ সৈতে 5 পূৰণ
⇒ x2 × 5
 = 5x2

২. তলত দিয়া 5 টা পাত্ৰত প্রতিটোত 'n' টাকৈ চকলেট আছে।
(i) যদি প্রতিটো পাত্ৰত আকৌ 2 টাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব?
⇒ (n + 2) × 5 = 5(n + 2)
⇒ 5n + 10

(ii) যদি n = 10 হয় তেন্তে সর্বমুঠ চকলেট কিমানটা হ'ব?
⇒ 5(10) + 10
⇒ 50 + 10 = 60

৩. তলৰ চিত্ৰটোত কেইটামান বল শাৰী আৰু স্তম্ভত সজোৱা আছে। সৰ্বমুঠ বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা।

  • শাৰী = n
  • স্তম্ভ = m
সৰ্বমুঠ বলৰ সংখ্যা:
⇒ শাৰী সংখ্যা × স্তম্ভ সংখ্যা
⇒ n × m = nm


৪. তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা। বৃক্ষ চিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুওৱা:

(a) y + 7
পদ: y, 7
উৎপাদক: y → y, 7 → 7

(b) x2 + 2x + 3
পদ: x2, 2x, 3
উৎপাদক: x2 → x × x, 2x → 2 × x, 3 → 3

(c) 2x2 + 3xy + 4y2
পদ: 2x2, 3xy, 4y2
উৎপাদক: 2x2 → 2 × x × x, 3xy → 3 × x × y, 4y2 → 4 × y × y

(d) 7x + 5
পদ: 7x, 5
উৎপাদক: 7x → 7 × x, 5 → 5

(e) xy - x + 1
পদ: xy, -x, 1
উৎপাদক: xy → x × y, -x → -1 × x, 1 → 1

(f) 3x2y - 4xy2
পদ: 3x2y, -4xy2
উৎপাদক: 3x2y → 3 × x × x × y, -4xy2 → -4 × x × y × y

(g) 3x3 - x2 + 1
পদ: 3x3, -x2, 1
উৎপাদক: 3x3 → 3 × x × x × x, -x2 → -1 × x × x, 1 → 1

(h) xz + z
পদ: xz, z
উৎপাদক: xz → x × z, z → z

(i) -2mn + m2 - 3n2
পদ: -2mn, m2, -3n2
উৎপাদক: -2mn → -2 × m × n, m2 → m × m, -3n2 → -3 × n × n

(j) -7x2 + 3x2y3 + 5x2y2 - y
পদ: -7x2, 3x2y3, 5x2y2, -y
উৎপাদক: -7x2 → -7 × x × x, 3x2y3 → 3 × x × x × y × y × y, 5x2y2 → 5 × x × x × y × y, -y → -1 × y

৫. তলত দিয়া তালিকাকেইখন সম্পূর্ণ কৰা:

(a)

ৰাশি পদ (যিটো ধ্রুবক নহয়) সাংখ্যিক সহগ
2x + 3y 2x, 3y 2, 3
mn + 3 mn 1
2ab - a + b 2ab, -a, b 2, -1, 1
3x3 - 7x2 + y 3x3, -7x2, y 3, -7, 1
2x2y - 4xy2 + 7 2x2y, -4xy2 2, -4



(b)

তলৰ তালিকাখন সম্পূর্ণ কৰা:

ৰাশি x উৎপাদকযুক্ত পদ x ৰ সহগ
xy3 + 1 xy3 1
2xy + y + 1 2xy 2
3xy2 - xy + x 3xy2, -xy, x 3, -1, 1
7xz - z 7xz 7
y - x + 2 -x -1



(c)

তলৰ তালিকাখন সম্পূর্ণ কৰা:

ৰাশি b2 উৎপাদকযুক্ত পদ b2 ৰ সহগ
ab2 + 9 ab2 a
ab2 + a2b + 3a ab2 a
-b3 + 3a2 × b - 5b2 -5b2 -5


৬. তলত দিয়া ৰাশিবোৰ একপদ, দ্বিপদ, ত্রিপদ ৰাশি হিচাপে শ্রেণীভুক্ত কৰা:

ৰাশি শ্রেণীবিভাগ (একপদ, দ্বিপদ, ত্রিপদ)
2x + 3 দ্বিপদ
y3 একপদ
3a2b একপদ
3a2b+5ab2+3a ত্রিপদ
2m + 3n দ্বিপদ
x2 + x দ্বিপদ
m2 + n2 দ্বিপদ
2x2 + 3x + 1 ত্রিপদ
xy + y দ্বিপদ
34 একপদ


7. (a) তলত দিয়া যোৰবোৰ সদৃশ নে বিসদৃশ লিখা:

(i) -4x, 1/2x → সদৃশ

(ii) -5x, 7y → বিসদৃশ

(iii) 9, 20 → সদৃশ

(iv) 2x2 × y, 3x × y2বিসদৃশ

(v) 2xy, 3xz → বিসদৃশ

(vi) -7xz, 2xz → সদৃশ

(vii) x2, x3বিসদৃশ

(viii) x2, 2x2সদৃশ

(ix) mn, 3nm → সদৃশ

(x) (1/2) × z, (3/4) × z → সদৃশ


7. (b) তলৰ পদসমূহৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱা:

দিয়া পদসমূহ:

ab2, a2, xy2, y3, 4xy2, 7ab2, -2x, 5y, xy, 3x, -ab2, a2 b2, 3ab2, x3y3, 40x, -m2n, 3mn2, -m2n, 2a2b2, 3y.

সদৃশ পদবোৰ:

  • ab2, 7ab2, -ab2, 3ab2
  • xy2, 4xy2
  • -m2n, -m2 n
  • a2b2, 2a2b2
  • 3x, 40x, -2x
  • 5y, 3y
_______________



_______________

No comments:

Post a Comment

Please do not enter any spam link in the comment box.