Class 9 Geography| Chapter 2| Geography MCQ| মানৱ ভূগোল


MCQ Question Answer




১. মানৱ ভূগোলত কিহৰ অধ্যয়ন কৰা হয়?
A) উদ্ভিদ
B) মানুহ আৰু পৰিৱেশ
C) নদী
D) পৰ্বত

Answer: B) মানুহ আৰু পৰিৱেশ
২. Human Geography ৰ অসমীয়া অৰ্থ কি?
A) প্ৰাকৃতিক ভূগোল
B) মানৱ ভূগোল
C) অর্থনৈতিক ভূগোল
D) সামাজিক বিজ্ঞান

Answer: B) মানৱ ভূগোল
৩. পৃথিৱীৰ সকলো মানুহ একে প্ৰজাতিৰ অন্তৰ্গত। সেই প্ৰজাতিটোৰ নাম কি?
A) Homo Erectus
B) Homo Sapiens
C) Australopithecus
D) Neanderthal

Answer: B) Homo Sapiens
৪. মানৱ জাতি বিভাজনৰ মূল ভিত্তি কি?
A) ভাষা
B) ধর্ম
C) দৈহিক গঠন
D) পেছা

Answer: C) দৈহিক গঠন
৫. পৃথিবীৰ প্রধান মানৱ জাতি কিমান ভাগত বিভক্ত?
A) ২ ভাগ
B) ৩ ভাগ
C) ৪ ভাগ
D) ৫ ভাগ

Answer: B) ৩ ভাগ
৬. ককেছীয় (Caucasoid) গোষ্ঠীৰ লোকসকলৰ গাৰ ৰং সাধাৰণতে কেনে হয়?
A) ক’লা
B) হালধীয়া
C) বগা
D) নীলা

Answer: C) বগা
৭. নিগ্ৰয়েড (Negroid) গোষ্ঠীৰ লোকসকল মূলত ক’ত বাস কৰে?
A) ইউৰোপ
B) আফ্ৰিকা
C) অষ্ট্ৰেলিয়া
D) আমেৰিকা

Answer: B) আফ্ৰিকা
৮. মংগোলীয় (Mongoloid) গোষ্ঠীৰ লোকসকলৰ চকু কেনেধৰণৰ হয়?
A) ডাঙৰ
B) সৰু আৰু চেপেটা
C) নীলা
D) বগা

Answer: B) সৰু আৰু চেপেটা
৯. মানুহৰ উৎপত্তি সম্পৰ্কে “বিৱর্তনবাদ” মতবাদ কোনে আগবঢ়াইছিল?
A) নিউটন
B) ডাৰউইন
C) আইনষ্টাইন
D) কপাৰ্নিকাছ

Answer: B) ডাৰউইন
১০. মানুহৰ উৎপত্তি প্রথমে কোন মহাদেশত হৈছিল বুলি ধৰা হয়?
A) ইউৰোপ
B) এশিয়া
C) আফ্ৰিকা
D) অষ্ট্ৰেলিয়া

Answer: C) আফ্ৰিকা
১১. “মানৱ জাতি” বুলিলে কি বুজায়?
A) ভাষাগত গোষ্ঠী
B) ধর্মীয় গোষ্ঠী
C) দৈহিক বৈশিষ্ট্যৰ মিল থকা লোকসমূহ
D) একে দেশৰ লোক

Answer: C) দৈহিক বৈশিষ্ট্যৰ মিল থকা লোকসমূহ
১২. ককেছীয় গোষ্ঠীৰ লোকসকলৰ নাক কেনে হয়?
A) বহল
B) চেপেটা
C) দীঘল আৰু সৰু
D) বেঁকা

Answer: C) দীঘল আৰু সৰু
১৩. নিগ্ৰয়েড গোষ্ঠীৰ চুলিৰ ধৰণ কেনে?
A) সোজা
B) কোঁকোৰা
C) দীঘল
D) পাতল

Answer: B) কোঁকোৰা
১৪. মংগোলীয় গোষ্ঠীৰ লোকসকল মূলত কোন অঞ্চলত বাস কৰে?
A) আফ্ৰিকা
B) ইউৰোপ
C) পূব এছিয়া
D) দক্ষিণ আমেৰিকা

Answer: C) পূব এছিয়া
১৫. মানুহৰ উৎপত্তি কিমান লাখ বছৰ পূৰ্বে হৈছিল বুলি ধৰা হয়?
A) ১-২ লাখ
B) ৫-৬ লাখ
C) ৫০-৬০ লাখ
D) ১০০ লাখ

Answer: C) ৫০-৬০ লাখ

No comments:

Post a Comment

Please do not enter any spam link in the comment box.